মুছলমানৰ মছজিদ, কোৰআন জ্বলাই নেপালৰ হিন্দু সকলে জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰিছে। আৰু কি ক'লে হিন্দু যুৱকজনে শুনক।
মুছলমানৰ মছজিদ, কোৰআন জ্বলাই নেপালৰ হিন্দু সকলে জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰিছে। আৰু কি ক'লে হিন্দু যুৱকজনে শুনক।
কৰ্মই ধৰ্ম!এটা ধৰ্মৰ মানুহে আন ধৰ্মৰ মানুহক হাৰাশাস্তি কৰা উচিত নহয়।
হিন্দু মানুহ এজনক কাটিলে তেজ একেই হ’ব। মুছলমান মানুহ এজনক কাটিলে তেজ একেই হব।
এই পৃথিৱীত হিন্দু আৰু মুছলমানক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰিলে ভাল হ’ব।
এজন হিন্দু নে মুছলমান, কোনো কথা নাই। গুৰুত্বপূৰ্ণ কথাটো হ’ল এজনৰ ভিতৰত মানৱতা আছে নে নাই।
Comments
Post a Comment