অহা ৩০ অক্টোবৰত লখিমপুৰ মেডিকেল কলেজত কাণেৰে নুশুনা মানুহৰ বাবে কাণৰ মেচিন ( Hearing Aids) বিতৰণ কৰা হ’ব।












✅ WhatsApp Group >>Join Now
✅ Telegram Group >>Join Now


অহা ৩০ অক্টোবৰত লখিমপুৰ মেডিকেল কলেজত কাণেৰে  নুশুনা মানুহৰ বাবে কাণৰ মেচিন ( Hearing Aids) বিতৰণ কৰা হ’ব। গতিকে আপোনালোকৰ এলেকাত যদি তেনে কোনোবা লৰা-ছোৱালী, পুৰুষ-মহিলা আছে তেন্তে অহা ২৫/১০/২০২৪ তাৰিখৰ ভিতৰত লখিমপুৰ মেডিকেল কলেজত কাণৰ পৰীক্ষা কৰি ৰিপট জমা কৰিবলৈ অনুৰোধ জনোৱা হ’ল ।


প্ৰয়োজন- 

1. BPL/Ration card

2. Addhar card

3. 2nos. Photographs

4. RBSK card for School going student


Contact no. - +91 70029 58379 (DME, NHM, Lakhimpur)


AlsoRead:Amidst threats from Lawrence Bishnoi gang, Salman Khan spent crores for his security, now ordered such an expensive car from Dubai

DIPRO , Lakhimpur জনসংযোগ ,লখিমপুৰ

District Administration Lakhimpur

Lakhimpur Medical College & Hospital

✅ WhatsApp Group >>Join Now
✅ Telegram Group >>Join Now


Comments

Popular posts from this blog

IPPB Executive Recruitment 2024 Notification Out, Apply Now for 344 Posts

মিছন বসুন্ধৰা ৩.০ – অসম ভূমি অভিলেখ অনলাইন আপডেট পৰ্টেল

RRB NTPC Recruitment 2024 Notification Out For 11558 Under Graduate and Graduate Posts

RRC NFR Recruitment Notification 2024 ৫৬৪৭ টা খালী পদৰ বাবে ওলাইছে, এতিয়াই অনলাইন আবেদন কৰক

ভাৰতৰ এখন ৰাজ্যৰ নাম সলনি কৰা হৈছে।

Railway TC Recruitment 2024, Vacancy, Eligibility, Fee and Apply Online

Applications can be made by 14 October2024

ADRE OMR Sheet Download : ADRE Grade-III OMR Answer Sheet & Answer Key